আন্তঃৰাষ্ট্ৰীয়

মহাকাশ অভিযানত পাকিস্তানৰ ঐতিহাসিক খোজ, মহাকাশলৈ যাত্ৰা দেশখনৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ

মহাকাশ অন্বেষণৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে পাকিস্তানে। দেশখনৰ প্ৰথমগৰাকী প্ৰশিক্ষিত মহাকাশচাৰী মোহাম্মদ জেইশান আলীয়ে বুধবাৰে সফলতাৰে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰাৰ লগে লগে...

৪০ বছৰৰ পিছত মস্তিষ্কৰ স্বাস্থ্যৰ যত্ন লোৱাটো কিয় জৰুৰী? সুস্থ বাৰ্ধক্যৰ বাবে এতিয়াৰ পৰাই সচেতন হোৱাৰ আহ্বান Apollo Hospitalsৰ

সুস্থ বাৰ্ধক্যৰ বাবে জীৱনৰ আৰম্ভণিৰ পৰাই স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো অত্যন্ত প্ৰয়োজনীয়। বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত মস্তিষ্কৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ...

১৬ ডিচেম্বৰত বাংলাদেশলৈ উভতি অহাৰ দিন ঘোষণা শ্বেখ হাছিনাৰ; মৃত্যুদণ্ডৰ ৰায়ৰ মাজতে প্ৰত্যাৱৰ্তনৰ ঘোষণা, বাংলাদেশলৈ উভতিলেই গ্ৰেপ্তাৰ হ’ব শ্বেখ হাছিনা

দুবছৰতকৈ অধিক সময় ভাৰতত নিৰ্বাসিত জীৱন কটোৱাৰ পিছত অৱশেষত বাংলাদেশলৈ উভতি অহাৰ দিন ঘোষণা কৰিছে দেশখনৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক...

আমেৰিকাৰ সীমান্তত সন্তানক এৰি পলাইছে ভাৰতীয় পিতৃ-মাতৃ! ৪ বছৰত উদ্ধাৰ ১,৩৮৯ গৰাকী ভাৰতীয় শিশু

আমেৰিকাৰ নাগৰিকত্ব লাভৰ আশাত নিজৰ নাবালক সন্তানক বিপদৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ একাংশ ভাৰতীয় পিতৃ-মাতৃৰ বিৰুদ্ধে। আমেৰিকাৰ সীমান্তত অভিভাৱকহীন অৱস্থাত উদ্ধাৰ হোৱা ভাৰতীয় শিশুৰ...

অযোধ্যা-জনকপুৰৰ মাজত নতুন ৰে’ল সংযোগ, ৰামায়ণৰ ঐতিহ্যক সুঁতাৰে বান্ধিলে ভাৰত-নেপাল ৰে’ল সেৱাই

ৰামায়ণৰ কাহিনীয়ে যুগ যুগ ধৰি সংযোগ কৰি আহিছে ভাৰত আৰু নেপালৰ সাংস্কৃতিক সম্পৰ্ক। এই সম্পৰ্কক এইবাৰ অধিক দৃঢ় কৰাৰ দিশে আগবাঢ়িল দুয়োখন দেশ। অযোধ্যাৰ...

Popular