আন্তঃৰাষ্ট্ৰীয়

ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ জৰুৰী বৈঠক, কি হ’ব সিদ্ধান্ত?

ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ জৰুৰী বৈঠক। সাধাৰণ মানুহৰ জীৱন ধাৰণ আৰু মানৱ অধিকাৰৰ প্ৰশ্ন এতিয়া সমগ্ৰ বিশ্বজুৰি উত্থাপন হৈছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত বিলাই-বিপত্তি...

পোলেণ্ডৰ সুন্দৰীয়ে জিনিলে মিছ ৱৰ্ল্ডৰ খিতাপ। প্ৰথম আৰু দ্বিতীয় স্থানত থাকিল কোন?

পোলেণ্ডৰ সুন্দৰীয়ে জিনিলে মিছ ৱৰ্ল্ডৰ খিতাপ। ২০২২ৰ মিছ ৱৰ্ল্ড পোলেণ্ডৰ কেৰলিনা বিয়েলাওস্কা। সকলো প্ৰতিযোগীক চেৰ পেলাই শ্ৰেষ্ঠত্ব পোলেণ্ডৰ সুন্দৰীৰ। দ্বিতীয় স্থানত থাকিল আমেৰিকাৰ সুন্দৰী...

পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰত ভাৰতীয় মিছাইল

পাকিস্তানৰ ভূমিত পৰিল ভাৰতীয় মিছাইল। ভাৰতীয় মিছাইলে পাকিস্তানৰ আকাশমাৰ্গৰ ১০০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে দুই দেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। তাৰ মাজতে ভাৰতৰ...

ইউক্ৰেইনিয়ান সেনাৰ হাতত নিহত ৰুছৰ শীৰ্ষস্থানীয় সামৰিক বিষয়া

ইউক্ৰেইনিয়ান সেনাৰ হাতত নিহত ৰুছৰ শীৰ্ষস্থানীয় সামৰিক বিষয়ামৃত্যুমুখত পৰিল মেজৰ জেনেৰেল ভিটালী গেৰাছিমভপুটিনৰ সেনাৰ দ্বিতীয় শীৰ্ষস্থানীয় পদত আছিল ভিটালী গেৰাছিমভইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মতে খাৰ্কিভত...

ৰাছিয়াৰ সাময়িক যুদ্ধবিৰতিৰ আঁৰত কি উদ্দেশ্য?

• পুনৰ ৰাছিয়াৰ সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা• ভাৰতীয় সময় মতে দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’ব যুদ্ধবিৰতি• ইউক্রেইনৰ ৫খন চহৰত যুদ্ধবিৰতি ঘোষণা• কিয়েভ, চাৰ্নিগভ, ছুমী,...

Popular