আন্তঃৰাষ্ট্ৰীয়

ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ আগ্ৰাসী ৰূপ ৰাছিয়াৰ, প্ৰয়োজনত যিকোনো দেশৰ বিৰুদ্ধে চলিব পৰমাণু আক্ৰমণ!

ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ আগ্ৰাসী ৰূপ ৰাছিয়াৰ। পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ অনুশীলন ৰাছিয়ান বাহিনীৰ। নিউক্লিয়াৰ ষ্ট্ৰেটেজিক গ্ৰুপে চলালে পৰমাণু যুদ্ধৰ অনুশীলন। অনুশীলনত ভাগ ল’লে ৰাছিয়ান নৌ বাহিনীয়েও।...

ঋষি সুনাকৰ বিষয়ে ৯টা নজনা কথা

ব্ৰিটিছ ৰাজনীতিৰ ইতিহাসত এক বৈপ্লৱিক পৰিৱৰ্তন আনি দেশখনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ঋষি সুনাক। ৪২ বছৰীয়া ঋষিয়ে অহা ২৮ অক্টোবৰত ব্ৰিটেইনৰ...

চীন-বাংলাদেশৰ নতুন ষড়যন্ত্ৰ১০ লক্ষাধিক ৰোহিংগ্যাক ঠেলিব ভাৰতলৈ

✒️ অচিন্ত্য শৰ্মা বাংলাদেশৰ পৰা ক্ৰমাৎ বিভীষিকাত পৰিণত হৈছে ৰোহিংগ্যা শৰণাৰ্থীদ দল। দেশখনৰ বিস্তৃত অঞ্চলত আইন-শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰাৰ উপৰি স্থানীয় বাংলাদেশী নাগৰিকসকলৰ জীৱন-জীবিকাৰ বাবেও...

অন্ত পৰিব নেকি ইমৰান খানৰ ৰাজনৈতিক কেৰিয়াৰ?

৫ বছৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ইমৰান খানে। পাকিস্তানৰ নিৰ্বাচন আয়োগে ইমৰান খানক অযোগ্য ঘোষণা কৰিছে। বিদেশী ৰাষ্ট্ৰপ্ৰধানে উপহাৰ দিয়া সামগ্ৰীসমূহ অবৈধভাবে বিক্ৰী কৰাৰ অভিযোগ।...

ভাৰতীয় নাগৰিকক শীঘ্ৰেই ইউক্ৰেইন ত্যাগৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

ইউক্ৰেইনত পুনৰ যু্দ্ধৰ বিভীষিকা। পৰস্পৰৰ বিৰুদ্ধে পুনৰ টঙালি বান্ধিছে ৰাছিয়ান আৰু ইউক্ৰেইন সেনাই। যোৱা এপষেক ধৰি ইউক্ৰেইনৰ ৰাজধানী কীভসহ কেইবাখনো চহৰত ক্ষেপণাস্ত্ৰ আৰু আত্মঘাতী...

Popular