আন্তঃৰাষ্ট্ৰীয়

ৰক্তাক্ত গাজাত নিহতৰ সংখ্যা ৩ সহস্ৰাধিকলৈ বৃদ্ধি

৭৫ বছৰীয়া ইতিহাসৰ আটাইতকৈ ৰক্তক্ষয়ী যুঁজত ৯০০ ইজৰাইলীৰ মৃত্যুডেৰ হাজাৰ হামাছ বিদ্ৰোহীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি দাবী ইজৰাইলৰআন ৬০০ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু এই সংঘৰ্ষতবুধবাৰে...

কিয় বাৰে বাৰে চৰ্চাত আল-আকছা মছজিদ?

কিয় বাৰে বাৰে চৰ্চাত আল-আকছা মছজিদ? আল-আকছা মছজিদত কি আছে? ইছলামত কিয় গুৰুত্বপূৰ্ণ এই মছজিদ? কি বিশেষত্ব আছে এই মছজিদটোত? মাত্ৰ ৩৫ একৰ মাটিৰ বাবেই ইমান বিবাদ কিয়? কিয়...

ইৰানৰ নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা। ইৰানৰ নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল। ইৰানৰ বিশিষ্ট মানৱাধিকাৰ কৰ্মী, স্বাধীনতা সংগ্ৰামী তথা লেখিকা নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা...

ন’ৰৱেৰ সাহিত্যিক জন ফছেলৈ ২০২৩ বৰ্ষৰ সাহিত্যৰ নোবেল

২০২৩ৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। ন’ৰৱেৰ সাহিত্যিক জন ফজেলৈ এই বঁটা আগবঢ়োৱা হৈছে। সাহিত্যৰ নোবেল বিজয়ীজনক ইতিমধ্যে বিশ্ববাসীয়ে শুভেচ্ছাৰে ওপচাই পেলাইছে। লিখক-নাট্যকাৰ...

এছিয়াডৰ আয়োজক চীনক প্ৰতাৰক আখ্যা ভাৰতৰ

এছিয়াডৰ আয়োজক চীনক প্ৰতাৰক আখ্যা ভাৰতৰআনুষ্ঠানিক প্ৰতিবাদ দাখিল কৰিলে ভাৰতেহাংঝৌত এথলেটিক্ছৰ বিভিন্ন ইভেণ্টত ভাৰতীয় খেলুৱৈক অপদস্থ কৰাৰ চেষ্টাএছিয়ান গেম্ছৰ এথলেটিক্ছৰ বিভিন্ন ইভেণ্টত এইবাৰ ভাৰতীয়...

Popular