আন্তঃৰাষ্ট্ৰীয়

আৱামী লীগৰ নেতৃত্ব দিবলৈ আহি আছে হাচিনাৰ পুত্ৰ!

বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে। অৰ্থনীতিবিদ মহম্মহ ইউনিছৰ নেতৃত্ব গঠন হোৱা চৰকাৰে শান্তি প্ৰতিষ্ঠাৰ চেষ্টা কৰিলেও শান্ত হোৱা নাই বাংলাদেশ। আৱামী লীগৰ নেতা-কৰ্মীৰ...

উত্তপ্ত বাংলাদেশত অভাৱনীয় পৰিস্থিতি

উত্তপ্ত বাংলাদেশত অভাৱনীয় পৰিস্থিতি। যোৱা ৩ দিনত কেবাখনো জিলাত নিহত কমেও ২৩২ জন। জ্বলাই দিয়া হৈছে ঘৰ-দুৱাৰ, দোকান-পোহাৰ, আক্ৰান্ত সংখ্যালঘু। প্ৰাণ ৰক্ষাৰ বাবে ভাৰতমুখী...

ঢাকাত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান

বাংলাদেশৰ ঢাকাত নিশা অনুষ্ঠিত হৈছে ন’বেল জয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছ নেতৃত্বাধীন দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। শপতগ্ৰহণৰ পূৰ্বে বৃহস্পতিবাৰে দুপৰীয়া পেৰিছৰ পৰা ঢাকাত উপস্থিত...

প্ৰকৃতিৰ ৰোষত দিশহাৰা মানুহ

প্ৰকৃতিৰ ৰোষত দিশহাৰা মানুহ। হিমাচল, ৱাইনাড় সকলোতে হাহাকাৰ। তিনি শতাধিক লোকে প্ৰাণ হেৰুৱালে কেৰালাৰ ৱাইনাড়ত। এতিয়াও চলি আছে উদ্ধাৰ অভিযান। কেৰালা চৰকাৰৰ সূত্ৰই প্ৰকাশ...

বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাৰণৰ বাবে সাজু পেৰিছ

শুকুৰবাৰে হ’ব পেৰিছ অলিম্পিকৰ ব্যতিক্ৰমী বৰ্ণিল উদ্বোধনী অনুষ্ঠানএইবাৰ ষ্টেডিয়ামৰ ভিতৰত নহয়, খেলুৱৈৰ পেৰেড হ’ব নৌকাতপেৰিছ সাৱটি থকা চিয়েন নৈত ১০,৫০০ খেলুৱৈক লৈ হ’ব নৌকা...

Popular