আন্তঃৰাষ্ট্ৰীয়

IPL ২০২৭ৰ মিনি নিলাম ১৬ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা; BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ ঘোষণা

BCCIৰ সচিব দেৱজিৎ শইকীয়াই নিশ্চিত কৰিছে যে IPL ২০২৭ৰ মিনি-নিলাম ১৬ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হ’ব। শনিবাৰে তেওঁ এই কথা নিশ্চিত কৰে। যোৱা চাৰি বছৰৰ ভিতৰত...

হৰমুজ প্ৰণালীত নৌ-মাইন বিস্ফোৰণত জ্বলি উঠিল ২০ লাখ বেৰেল খাৰুৱা তেলবাহী ছুপাৰটেংকাৰ! অনুমোদনহীন পথেৰে প্ৰৱেশৰ অভিযোগ ইৰানৰ, বিশ্বৰ তেল যোগানক লৈ তীব্ৰ উদ্বেগ

ইৰানৰ ইছলামিক ৰেভ’লিউচনেৰী গাৰ্ড ক’ৰৰ (IRGC) নৌসেনাই শনিবাৰে দাবী কৰে যে ২০ লাখ বেৰেলতকৈ অধিক খাৰুৱা তেল কঢ়িয়াই নিয়া এখন ছুপাৰটেংকাৰ হৰমুজ প্ৰণালী পাৰ...

জীৱন-ধাৰণৰ ব্যয় বৃদ্ধিক লৈ ফ্ৰান্সত ভয়াৱহ প্ৰতিবাদ! প্ৰতিবাদে ল’লে হিংসাত্মক ৰূপ; জুইত জাহ গ’ল ১৪৩ বছৰ পুৰণি ঐতিহাসিক ভৱন, ১,২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ

ফ্ৰান্সত জীৱন-ধাৰণৰ ব্যয় বৃদ্ধি আৰু ৰাজহুৱা সেৱাৰ অৱনতিক লৈ সৃষ্টি হোৱা প্ৰতিবাদে শনিবাৰে দেশখনৰ কেইবাটাও স্থানত হিংসাত্মক ৰূপ লয়। প্ৰতিবাদকাৰীয়ে ৰাজহুৱা ভৱনত অগ্নিসংযোগ কৰাৰ...

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ ২০২৬। পূৰ্বৰ সংস্কৰণত সৰ্বাধিক পদক লাভ কৰাৰ অভিলেখ গঢ়া ভাৰতে এইবাৰো উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ লক্ষ্য...

২০২৭ চনত IMF আৰু বিশ্ব বেংকৰ অধ্যক্ষ হ’ব পাকিস্তান; ১৯৫৩ চনৰ পাছত প্ৰথমবাৰৰ বাবে এই দায়িত্ব লাভ

২০২৭ চনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF) আৰু বিশ্ব বেংক গোটৰ (WBG) ব’ৰ্ড অৱ গভৰ্ণৰছৰ আগন্তুক অধ্যক্ষ হিচাপে পাকিস্তানক মনোনীত কৰা হৈছে। ১৯৫৩ চনৰ...

Popular