আন্তঃৰাষ্ট্ৰীয়

গোৱালপাৰাৰ লক্ষীপুৰত বাংলাদেশীৰ সন্দেহত ২ মহিলাক আটক; অবৈধ অনুপ্ৰৱেশত সহযোগিতাৰ অভিযোগত আন এজন লোককো আটক আৰক্ষীৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰত অবৈধ অনুপ্ৰৱেশৰ অভিযোগত দুগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে। বিশেষ সূত্ৰৰ পম খেদি লক্ষীপুৰ আৰক্ষীয়ে নিশা ৰংছাই-জুৰিগাঁও আৰু বাপুৰভিটা গাঁৱত অভিযান চলাই...

২০১৮ চনৰ মানহানিৰ গোচৰত ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে দিল্লীৰ আদালতৰ নতুন পৰোৱানা জাৰি; ‘BJP IT Cell Part II’ ভিডিঅ’ক লৈ গোচৰ, ৩১ অক্টোবৰত পৰৱৰ্তী শুনানি

ইউটিউবত প্ৰকাশ কৰা এটা ভিডিঅ’ক কেন্দ্ৰ কৰি ৰুজু হোৱা ২০১৮ চনৰ মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে শনিবাৰে নতুনকৈ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে...

লণ্ডনৰ পৰা ‘ভোট চুৰি’ৰ বিৰুদ্ধে প্ৰতিবাদত নামিব ইউটিউবাৰ ধ্ৰুৱ ৰাঠী; নিৰ্বাচন আয়োগক লৈ বিতৰ্কৰ মাজতে ভাৰতীয়ক একত্ৰিত হোৱাৰ আহ্বান ইউটিউবাৰজনৰ

ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে লণ্ডনত উপস্থিত হোৱা বুলি জনাইছে আৰু দেওবাৰে লণ্ডনৰ পাৰ্লিয়ামেণ্ট স্কোৱাৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ‘ভোট চুৰি’ৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদত...

ৰিলায়েন্সৰ সৈতে বিবাদৰ মাজতে ষ্টাৰলিংকৰ প্ৰত্যুত্তৰ, ভাৰতত সেৱা আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ বুলি দাবী ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ

ভাৰতত দ্ৰুতবেগী ইণ্টাৰনেট সেৱা আগবঢ়াবলৈ সাজু বুলি ঘোষণা কৰিছে ইলন মাস্কৰ মালিকানাধীন উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ষ্টাৰলিংকে। ভাৰতত প্ৰয়োজনীয় চৰকাৰী অনুমোদন লাভ কৰাৰ...

ভাৰতৰ ওপৰত ১০০% শুল্ক আৰোপৰ ভাবুকি স্থগিত ট্ৰাম্পৰ; ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত-চীনক বৃহৎ সকাহ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ সৈতে জড়িত শুল্ক আৰু নিষেধাজ্ঞাৰ প্ৰয়োগ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত ভাৰত আৰু চীনৰ ওপৰত ৰাছিয়াৰ...

Popular