আন্তঃৰাষ্ট্ৰীয়

UAEৰ ৰাজধানী আবু ধাবিত নিৰ্মাণ হৈ আছে এক বৃহৎ মন্দিৰ

UAEৰ ৰাজধানী আবু ধাবিত নিৰ্মাণ হৈ আছে এক বৃহৎ মন্দিৰডুবাই–আবু ধাবি শ্বেইখ জায়াদ হাইৱেৰ কাষত নিৰ্মাণৰত এই মন্দিৰমন্দিৰটো সম্পূৰ্ণ হ’লে মুছলমান বসতিপ্ৰধান মধ্যপ্ৰাচ্যত হ’ব...

মৃত্যুমুখৰ পৰা বাচি আহিল ৰাকেশ বেদী…

জীৱনলৈ যিকোনো মুহূৰ্ততে আহিব পাৰে ধুমুহা। কিন্তু প্ৰচণ্ড বা-মাৰলি আহিলও অন্ধকাৰৰ পিছত জোনাক নামেই। জীৱনত সন্মুখীন হোৱা এনে এক প্ৰেৰণাদায়ক কাহিনী জনপ্ৰিয় অভিনেতা ৰাকেশ...

অভিনেত্ৰী আলায়া ফাৰ্নিচাৰৱালাৰ পেটত কোনে পাঞ্চ মাৰিলে?

মোহময়ী অভিনেত্ৰী আলায়া ফাৰ্নিচাৰৱালাই শেহতীয়াকৈ তেওঁৰ ৱৰ্কআউটৰ এটা ভিডিঅ শ্বেয়াৰ কৰিছে। যিটো ভিডিঅ'ই অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলক আচৰিত কৰা দেখিবলৈ পোৱা গৈছে। ভিডিঅটোত আলায়াক হাতদুখন পাছলৈ...

ড॰ এ পি জে আব্দুল কালামৰ বিষয়ে ৫টা নজনা কথা

ভাৰতৰ "মিছাইল মেন" খ্যাত ড॰ এ পি জে আব্দুল কালামৰ বিষয়ে আপোনালোক সকলোৱে জ্ঞাত। আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড৹ এ পি জে আব্দুল...

গ্ৰীণ টিৰ আছে এইসমূহ উপকাৰিতা

আপুনিও বাৰু সেৱন কৰে নেকি গ্ৰীন টি। যদি কৰে তেন্তে পঢ়ক এই প্ৰতিবেদন। কাৰণ গ্ৰীণ টিৰ উপকাৰিতা সমূহৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি। বৰ্তমান সময়ৰ...

Popular