শুকুলা হৈ পৰিছে জাৰ্মানী, শুভ্ৰ বৰফে যেন চাদৰ মেলিছে

জাৰ্মানীত অব্যাহত আছে তুষাৰপাত।

প্ৰবল তুষাৰপাতৰ ফলত শুভ্ৰ হৈ পৰিছে মিউনিখ আৰু লেণ্টেনবাক চহৰ।

সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা।

যোৱা কেইবাটাও দিন ধৰি প্ৰবল তুষাৰপাত হৈছে জাৰ্মানীত।

ব্যাহত হৈছে বিমান-ৰে’ল যাত্ৰা।

ইয়াৰ মাজতো অৱশ্যে দৃষ্টিনন্দন এক পৰিৱেশৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...