আন্তঃৰাষ্ট্ৰীয়

পুটিন প্ৰশাসনৰ প্ৰশ্ন কিহৰ ভিত্তিত আমেৰিকা নিশ্চিত হ’ল?

মস্কোত ISISৰ আক্ৰমণে জোকাৰিছে বিশ্বৰাষ্ট্ৰপতি পুটিনৰ ‘প্ৰতিশোধ’ৰ হুংকাৰভয়াৱহ আক্ৰমণক লৈ আমেৰিকাৰে ‘X’ যুদ্ধ পঞ্চমবাৰৰ বাবে পুটিন ৰাষ্ট্ৰপতি হোৱাৰ পিছতে সন্ত্ৰাসবাদী ISIS–এ মস্কোত তেজৰ হোলী খেলিলে। ১৪৩...

চীনক প্ৰত্যাহ্বান জনাই ঘোষণা আমেৰিকাৰ

অৰুণাচল প্ৰদেশ ভাৰতৰে অংশ বিশেষপুনৰবাৰ চীনক প্ৰত্যাহ্বান জনাই ঘোষণা যুক্তৰাষ্ট্ৰ প্ৰশাসনৰআমেৰিকাই অৰুণাচলক ভাৰতৰ অংশ হিচাপে স্বীকৃতি দি আহিছেপ্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ভিতৰলৈ আহি এলেকা দখলৰ...

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল অসম

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ভাৰতৰ মুৰব্বী অসম আৰক্ষীৰ জালত পৰিল। নিৰ্বাচনৰ পূৰ্বে কূটাঘাতৰ লক্ষ্যৰে বাংলাদেশৰ পৰা আহি ধুবুৰীত বাহৰ পাতিছিল দুই সন্ত্ৰাসবাদী সদস্য। সেই...

আমেৰিকাসহ পশ্চিমৰ দেশসমূহক দিলে এই ভাবুকি

৮৮ শতাংশ ভোট লাভেৰে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত পুটিনজয়ৰ পিছতে তৃতীয় বিশ্ব যুদ্ধৰ হুংকাৰ পুটিনৰভ্লাডিমিৰ পুটিনে ভংগ কৰিব ষ্টেলিনৰ অভিলেখ! ব্যাপক হিংসা, অনিয়মৰ অভিযোগেৰে অনুষ্ঠিত ৰাছিয়াৰ...

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া উছাহ

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া উছাহ। কিয়নো জোনৰ ওপৰত ভিত্তি কৰি মঙলবাৰৰ পৰা আৰম্ভ হ'ল পৱিত্ৰ ৰমজান মাহ। বিশ্ব শান্তিৰ হকে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজানৰ ওৰেটো...

Popular