শোকাৱহ! ভূমিস্খলনৰ ফলত নদীত উটি গ’ল দুখনকৈ বাছ

নেপালত পুৱতি নিশা সংঘটিত হয় ভয়াৱহ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত ত্ৰিশূলী নৈত বাগৰি পৰে দুখনকৈ বাছ। ভূমিস্খলনত দুয়োখন বাছত থকা ৬৩গৰাকীকৈ যাত্ৰী সন্ধানহীন। মধ্য নেপালৰ মদন-আশ্ৰী ঘাইপথত সংঘটিত হয় এই ঘটনা। পুৱতি নিশা ৩.৩০ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনা। যাত্ৰীসকলক উদ্ধাৰৰ বাবে বৰ্তমানেও অব্যাহত অভিযান। বৰষুণৰ বাবে নৈৰ পানী বৃদ্ধি হোৱাত বাধাগ্ৰস্ত হৈছে উদ্ধাৰ অভিযান। ঘটনাত শোক প্ৰকাশ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...