ভাৰত : এদিনতে মৃত্যু হৈছে ২,৭৯৬ জন ক’ভিড আক্ৰান্তৰ

দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডত মৃত্যুৰ সংখ্যা। এদিনতে মৃত্যু হৈছে ২,৭৯৬ জন ক’ভিড আক্ৰান্তৰ। দেশত অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা ২১ জনলৈ বৃদ্ধি। পুনেত নতুনকৈ ৭জনৰ দেহত ধৰা পৰিছে অ’মিক্ৰন ভেৰিয়েণ্ট। ৰাজস্থানৰ জয়পুৰত ৯জন নতুনকৈ অ’মিক্ৰনত আক্ৰান্ত। বৰ্তমানলৈকে দিল্লী, গুজৰাট, ৰাজস্থান, কৰ্ণাটক, মহাৰাষ্ট্ৰলৈ বিয়পিছে অ’মিক্ৰন। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ৮,৮৯৫জন। বিহাৰত ভয়াৱহ হৈ পৰিছে ক’ভিড পৰিস্থিতি। এদিনতে ৰাজ্যখনত ক’ভিডত মৃত্যু ২,৪২৬জনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰৰ অংশ...

মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...