চৰকাৰে আমাৰ দাবী মানিবই লাগিব, অনিৰ্দিষ্টকালীন ধৰ্মঘট

আজিৰে পৰা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীসকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ আহ্বান মৰ্মে জিলাই জিলাই অসহযোগ কৰ্মবিৰতি পালন কৰিছে গৃহৰক্ষীসকলে।

সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ গোৱালপাৰা জিলা সমিতিয়েও জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগনত পুৱা ৬ বজাৰ পৰা অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি পালন কৰি ধৰ্মঘটত বহিছে ।

গৃহৰক্ষীসকলৰ চাকৰি নিয়মীয়াকৰণ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা ৰাজ্য চৰকাৰে গৃহৰক্ষী সকলক তৎকালীন ভাৱে আদায় দিয়া আৰু গৃহৰক্ষী যোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডিপ্লয়মেণ্ট চিষ্টেম অতি সোনকালে বন্ধ কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...