৩য় পৰ্যায়ত ৪ সমষ্টিত ৮৫.৪৫ শতাংশ ভোটাৰে দিলে ভোট

0 244

তৃতীয় পৰ্যায়ত অভিলেখ সংখ্যক ভোটদান সাব্যস্ত।
৪ সমষ্টিত ৮৫.৪৫ শতাংশ ভোটদান।
ধুবুৰীত সৰ্বাধিক ৯২.০৮ শতাংশ ভোটদান।
বৰপেটাত ভোটদানৰ হাৰ ৮৫.২৪ শতাংশ।
গুৱাহাটীত সৰ্বনিম্ন ৭৮.৩৯ শতাংশ ভোটদান।
কোকৰাঝাৰত ৮৩.৫৫ শতাংশ ভোটদান।
অসমত তিনিওটা পৰ্যায়ত ভোটদানৰ মুঠ হাৰ ৮১.৫৬%

Leave A Reply

Your email address will not be published.