নিবনুৱাৰ বাবে জৰুৰী খবৰ! আজিৰ ভিতৰত কৰিবই লাগিব পঞ্জীয়ন

অসমৰ প্ৰতিজন নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত পূৰ্বৰ অফলাইন পদ্ধতিৰে যিসকলে নাম পঞ্জীয়ন কৰিছিল, তেওঁলোকৰ পঞ্জীকৃত নম্বৰসমূহৰ গ্ৰহণযোগ্যতা ৩১ মাৰ্চৰ পাছত নাথাকিব। সেয়েহে আজিৰ ভিতৰত সকলোৱে পঞ্জীয়ন কৰিব লাগিব। অনলাইনযোগে পঞ্জীয়নৰ আহ্বান চৰকাৰৰ।

অনলাইন পঞ্জীয়ন অথবা পুন:পঞ্জীয়ন কৰিবলৈ http://employment.assam.gov.in লগ ইন কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...