ঘোঁৰা গাড়ীৰে ক’লৈ নিছিল বৃহৎ পৰিমাণৰ চোৰাং কাঠ?

বকোৰ দক্ষিণ ৰঙাপানীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ। ৰাইজে জব্দ কৰে ৫খনকৈ ঘোঁৰা গাড়ীসহ ২২ টাকৈ মূল্যবান চোৰাং কাঠৰ কুণ্ডা। বকোৰ মালিবাৰীৰ পৰা বৰপেটাৰ কাছুমাৰালৈ নিয়াৰ পথত নিশা ৰাইজে জব্দ কৰে চোৰাং কাঠখিনি। পাছত জব্দকৃত ঘোঁৰা গাড়ীসহ চোৰাং কাঠখিনি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীক গতাই দিয়ে ৰাইজে। স্থানীয় ৰাইজে এনে কাৰ্যক প্ৰশংসা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...