আজি প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল

আজি প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। দিনৰ ১০.৩০ বজাত ঘোষণা হ’ব ফলাফল । ছেবাই আনুষ্ঠানিকভাৱে জনালে এই কথা। ছেবাৰ ১০টাকৈ ৱেবছাইটত উপলব্ধ হ’ব ফলাফল। ৱেবছাইটতে শিক্ষাৰ্থীৰ বাবে উপলব্ধ হ’ব মাৰ্কশ্বীট। মোবাইল এপযোগেও চাব পাৰিব ফলাফল । ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী পৰিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। এইকেইটা ৱেবছাইটত উপলব্ধ হ’ব ফলাফল
sebaonline.org
resultassam.nic.in
www.indiaresults.com
www.results.shiksha
www.assam.shiksha
exametc.com
www.schools9.com
assamresult.in
www.jagranjosh.com
www.vidyavison.com
এইবাৰৰ মেট্ৰিকত নাথাকে কোনো শীৰ্ষ স্থান

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...