ৰাজ্যত দুৰ্গা পূজাতো অব্যাহত থাকিব নেকি বৰষুণ?

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ ৪টা দিন। দুৰ্গা পূজাৰ আনন্দত বিধি-পথালি দিছে বতৰে। আগন্তুক কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগজাননী। বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্ত অব্যাহত আছে মজলীয়া বৰষুণ। আনফালে বৰষুণৰ বাবে ব্যাহত হৈছে পূজাৰ পেণ্ডেল, মণ্ডপ নিৰ্মাণৰ কাম-কাজ। বিভিন্ন ঠাইত হৈ পৰিছে বোকাময় পৰিৱেশ। প্ৰতিকুল বতৰৰ প্ৰভাৱ পৰিছে বজাৰ সমূহতো। বৰষুণৰ বাবে পূজাৰ বজাৰতো নাই গ্ৰাহকৰ ভিৰ।

Popular

More like this
Related

ভাৰতীয় ফুটবল দলত স্থান লাভ অসম সন্তানৰ

ভাৰতীয় ফুটবল দলত স্থান লাভ অসম সন্তানৰ। ২০ বছৰ...

টাইৱানত ভূমিকম্পৰ জোকাৰণি

টাইৱানত ভূমিকম্পৰ জোকাৰণি। ৬.৪প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰি গ'ল টাইৱান। মাজনিশা...

যিকোনো সময়তে ভাঙি পেলোৱা হ’ব গুৱাহাটীৰ এখন উৰণ সেতু

ইখনৰ পিছত সিখন উৰণ সেতু নিৰ্মাণৰ সময়তে ডাঙৰ খবৰ।...

পিতৃৰ মৃত্যু হৈছিল ৬ বছৰ পূৰ্বে, তিনিদিন পূৰ্বে মৃত্যু হ’ল অসুস্থ মাতৃৰো

ব্যস্ততাৰ পৃথিৱীত জীৱন এক সংগ্ৰাম । কোনোবাই ত্যাগ কৰে,...