ৰাজ্যত দুৰ্গা পূজাতো অব্যাহত থাকিব নেকি বৰষুণ?

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ ৪টা দিন। দুৰ্গা পূজাৰ আনন্দত বিধি-পথালি দিছে বতৰে। আগন্তুক কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগজাননী। বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্ত অব্যাহত আছে মজলীয়া বৰষুণ। আনফালে বৰষুণৰ বাবে ব্যাহত হৈছে পূজাৰ পেণ্ডেল, মণ্ডপ নিৰ্মাণৰ কাম-কাজ। বিভিন্ন ঠাইত হৈ পৰিছে বোকাময় পৰিৱেশ। প্ৰতিকুল বতৰৰ প্ৰভাৱ পৰিছে বজাৰ সমূহতো। বৰষুণৰ বাবে পূজাৰ বজাৰতো নাই গ্ৰাহকৰ ভিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...