কলিয়াবৰৰ ৰৌমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৫জনকৈ লোক

কলিয়াবৰৰ ৰৌমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত আহত হয় মহিলাসহ ৫জনকৈ আৰোহী। আহত লোককেইজনক মিছা আৰক্ষীয়ে উদ্ধাৰ কৰি ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখনৰ এখন বাহন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল, আনখন বাহন নগাঁৱৰ পৰা তেজপুৰ অভিমুখী আছিল। দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখনৰ নম্বৰ হৈছে AS12 W 9244 আৰু
AS01 FB 7105।

NKTV Digital
Author: NKTV Digital

292 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...