ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

ৰাজ্যত ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ সময়তে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
কাজিৰঙাৰ হাৰমতিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৪ গৰাকী যাত্ৰী। আহত লোকসকলক জখলাবন্ধালৈ প্ৰেৰণ কৰা হয়। গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী বাছ আৰু বিপৰীত দিশৰ পৰা চাৰিচকীয়া বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...