অসমত প্ৰথমজন HMPVত আক্ৰান্ত চিনাক্ত

অসমত প্ৰথমজন HMPVত আক্ৰান্ত চিনাক্ত। ১০ মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPV। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিত্সা গৱেষণা কেন্দ্ৰত ধৰা পৰিছে HMPV। আক্ৰান্ত শিশুটিক AMCHত ভৰ্তি। নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে HMPVৰ অৱস্থিতি। শিশুটিক আছুতীয়াকৈ ৰাখি কৰা হৈছে উন্নত চিকিৎসা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...