দেওবাৰে দিছপুৰৰ লাষ্টগেটৰ সেৱাবস্তিত অনুষ্ঠিত হয় বিনামূলীয়া মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য অংগৰ স্বাস্থ্য পৰীক্ষা শিবিৰ। বি. বৰুৱা কেন্সাৰ ইন্সটিটিউট আৰু সেৱা ভাৰতীৰ উদ্যোগত আৰু গনেশ উদ্যান শাখাৰ সহযোগত অনুষ্ঠিত হয় এই স্বাস্থ্য পৰীক্ষা শিবিৰ। উক্ত শিবিৰত সভাপতি ৰাতুল বৰুৱা, উপ সভাপতি নিৰ্মল বেৰিয়া, সম্পাদক প্ৰদীপ নাহাতাৰ লগতে গণেশ উদ্যান শাখাৰ স্বয়ংসেৱকসকল উপস্থিত থাকে।