অটোত উঠি অসমলৈ আহি থাকোতেই বাংলাদেশীক আটক কৰিলে ৰাইজে

অসমলৈ আহিয়েই আছে বাংলাদেশী। এইবাৰ অটোত উঠি আহি থাকোতেই বাংলাদেশীক আটক কৰিলে ৰাইজে। কাছাৰত শিশু, মহিলাসহ ৭ বাংলাদেশী আটক। কাটিগড়াৰ হিলাৰাত আটক ৭ বাংলাদেশী। বাংলাদেশীকেইটাক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক। হিলাৰা ৰে’ল ষ্টেচনৰ পৰা অটোৰে আহি থকা অৱস্থাত আটক বাংলাদেশীকেইটাক। কাটিগড়াৰ ভাৰত–বাংলাদেশ সীমান্তৰে উভতি যোৱাৰ পৰিকল্পনা আছিল ধৃত বাংলাদেশীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...