গুৱাহাটী

পৰেশ বৰুৱা আৰু জিপি সিঙৰ মুকলি বাকযুদ্ধ

পৰেশ বৰুৱা আৰু জিপি সিঙৰ মুকলি বাকযুদ্ধডিজিপিক হুংকাৰ দি ধাৰাৱাহিক কূটাঘাত আলফা স্বাধীনৰডিজিপিয়ে অহং মনোভাৱ নেৰিলে সামৰিক অভিযান অব্যাহত ৰখাৰ ভাবুকিআলফা স্বাধীনক উভতি ধৰি...

ৰাইজৰ কাষলৈ গৈ ওজৰ-আপত্তি শুনিব কামৰূপ মহানগৰ জিলা আয়ুক্তই

১৭ ডিচেম্বৰত দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জিলা আয়ুক্ত ৰাইজক প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাত বিশেষ গুৰুত্ব সুমিত ছাত্তাৱানৰ ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ বাবে বিশেষ...

ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত “হেয়ান্‌চ হাউচ” উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

তথ্যক জ্ঞানলৈ ৰূপান্তৰ কৰাটোৱেই শিক্ষাৰ মূল উদ্দেশ্যঃ সিংহল ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি মহানগৰীৰ অগ্ৰণী উচ্চ শিক্ষাৰ...

মাজ নিশাৰ এক শিহৰণকাৰী দৃশ্য

মাজ নিশাৰ এক শিহৰণকাৰী দৃশ্যশতাধিক হাতীক খেদি নিছে এদললোকে তাৰ মাজতে এদাল প্ৰকাণ্ড বাঁহ লৈ বনৰীয়া হাতীক প্ৰচণ্ড কোব শোধাইছে এজনে। জোং দালেৰে খুচি, কোবাই...

কিছুমান কাহিনী কাহিনী হৈয়ে থাকি যায়…

অসমত যেন এতিয়া নকল নোট নাইবা নকল সোণ উদ্ধাৰ হোৱা ঘটনা কোনো নতুন কথা নহয়। গুৱাহাটীৰ কটাহবাৰীত আৰক্ষীয়ে উদ্ধাৰ কৰিলে নকল সোণৰ নাও আৰু...

Popular