গুৱাহাটী

জৰীপ প্ৰক্ৰিয়াত হেমাহি কৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে

'উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় জৰীপ' শীর্ষক সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা 'উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় জৰীপ' শীর্ষক এখন...

সকলোৱে সন্দেহ কৰাৰ দৰে নহয়, জোনমণি ৰাভাক হত্যা কৰা হোৱা নাছিল…

SI জোনমণি ৰাভাক কোনেও হত্যা কৰা নাছিল। জোনমণি ৰাভাই আত্মহত্যাও কৰা নাছিল। দুৰ্ঘটনাতেই মৃত্যু হৈছিল জোনমণিৰ। ঘটনাৰ তদন্ত কৰি চূড়ান্ত প্ৰতিবেদনত এই কথা উল্লেখ...

গোৱালপাৰাৰ মাকৰিত চতুৰ্থ ৰাভা-হাছং সাংস্কৃতিক সমাৰোহ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি জিলাখনৰ মাকৰিৰ ৰেন্দু-পেন্দু হাচুত ৰাভা হাছং...

গুৱাহাটীৰ উৰণ সেতুত শেষ হৈ গ’ল দুটা জীৱন

মহানগৰীৰ বি বৰুৱা ৰোডত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন বাইক আৰোহী। বি বৰুৱা কলেজৰ সমীপৰ...

উত্তৰাখণ্ড বিধানসভাৰ বিশেষ অধিৱেশনত উত্থাপিত UCC

Uniform Civil Codeৰ বাবেই বিধানসভাৰ বিশেষ অধিৱেশনবিধানসভাত বিধেয়কখন উত্থাপন কৰে CM পুষ্কৰ সিং ধামিয়েUCC সন্দৰ্ভত আলোচনাৰ বাবেই দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বচলিত বাজেট অধিৱেশনতে উত্থাপিত...

Popular