গুৱাহাটী

পৰকীয়া প্ৰেমৰ বাবে গুৱাহাটীত পুনৰ এটা লোমহৰ্ষক ঘটনা

পৰকীয়া প্ৰেমৰ বাবে গুৱাহাটীত পুনৰ এটা লোমহৰ্ষক ঘটনা। মাতৃক ফোনত স্বামীৰ পৰকীয়া প্ৰেমৰ বিৰুদ্ধে অভিযোগ দি থাকোঁতেই পত্নীক ডিঙি চেপি হত্যা কৰিলে এজন ব্যৱসায়ীয়ে।...

প্রয়াত বিৰুবালা ৰাভাৰ শোকসন্তপ্ত পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে

মহীয়সী বিৰুবালা ৰাভাই সমাজ জীৱনলৈ যি বৰঙণি যোগাই গ'ল, সেয়া ভৱিষ্যতৰ দিনত যুগে যুগে মূল্যায়ন হৈ থাকিব: মুখ্যমন্ত্রী ৰাজ্য চৰকাৰে ১৩ মে' দিনটো অন্ধবিশ্বাস বিৰোধী...

অসমত স্থাপন হ’ব মেনেজমেণ্ট পাঠ্যক্ৰমৰ শীৰ্ষ প্ৰতিষ্ঠান IIM

অসমত স্থাপন কৰা হ’ব মেনেজমেণ্ট পাঠ্যক্ৰমৰ শীৰ্ষ প্ৰতিষ্ঠান IIM। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত IIM স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। গুৱাহাটীৰ কাষৰীয়া কামৰূপ জিলাৰ মাৰাভিটা অঞ্চলত IIM...

মাজুলীবাসীলৈ শীঘ্ৰেই আহিব সুখবৰ

শীঘ্ৰেই মাজুলীবাসীয়ে লাভ কৰিব দলং। মাজুলীলৈ যাতায়াতৰ ক্ষেত্ৰত আহিব যুগান্তকাৰী পৰিৱৰ্তন। কিমান আগবাঢ়িছে মাজুলীৰ দলং নিৰ্মাণৰ কাম চাওক আমাৰ এক প্ৰতিবেদন। মাজুলীবাসীলৈ সুখবৰশীঘ্ৰেই মাজুলীবাসীয়ে লাভ...

হাতত উদ্যত AK 47 লৈ সামাজিক মাধ্যমত বীৰত্ব প্ৰদৰ্শন

নৃশংস সন্ত্ৰাসবাদীৰ দৰেই উন্মাদ আচৰণবিজেপি নেত্ৰীৰ পুত্ৰৰ কাণ্ডত স্তম্ভিত ৰাজ্য সামাজিক মাধ্যমত এই প’ষ্ট ভাইৰেল হোৱাৰ পিছতে সকলো দম্ভালি হ’ল চূৰ্ণ বিচূৰ্ণ। বিজেপি নেত্ৰীৰ উদণ্ড...

Popular