গুৱাহাটী

বটদ্ৰৱাত থানৰ বিষয়ববীয়াই শেষ কৰিলে গুৰুজনাৰ গৰিমা

১০ ফেব্ৰুৱাৰীৰ নাগৰিক সভাত গঠিত ২১ জনীয়া তদন্ত কমিটীয়েই তদন্ত কৰিব বটদ্ৰৱা থানৰ বিত্তীয় খেলিমেলিৰ। থান পৰিচালনা সমিতিৰ কৰ্ম-কাণ্ডই ইতিমধ্যেই শেষ কৰি পেলাইছে মহাপুৰুষ...

এই সপ্তাহতে বলৱৎ হ’ব সংশোধিত নাগৰিকত্ব আইন

বহু বিতৰ্ক আৰু প্ৰতিবাদৰ পিছতো সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। এই সপ্তাহৰ পৰাই দেশজুৰি আনুষ্ঠানিকভাৱে বলৱৎ হ’ব CAA। গৃহ...

আকাশখনৰ যেন ঠেহ ভাঙিল, কেইবাটাও মাহৰ অপেক্ষাৰ অৱসান ঘটাই এই চহৰলৈ নামি আহিল বৰষুণজাক

এই চহৰলৈ আহিল ফাগুণৰ প্ৰথমজাক বৰষুণ। ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ সকলোৱে অপেক্ষা কৰি আছিল এজাক বৰষুণ আহক এই চহৰলৈ। কিয়নো এজাক বৰষুণেহে শুকান বতৰ,...

ডাম্পাৰৰ খুন্দাত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদৰ

উত্তৰ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদৰ। শনিবাৰে নিশা শিলসাঁকোত সংঘটিত হৈছিল এই দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন...

কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী? নিশা GS ৰোডত চাঞ্চল্যকৰ ঘটনা

নিশা মহানগৰীৰ GS ৰোডত চাঞ্চল্যকৰ ঘটনা। যুৱতীক অপহৰণৰ চেষ্টা উদণ্ড যুৱকৰ দলৰ।অপহৰণত ব্যর্থ হৈ যুৱতীৰ সতীৰ্থক বাহনৰে খুন্দা। সতীৰ্থক বিলাসী বাহনেৰে মহটিয়াই নিলে উদণ্ড...

Popular