গুৱাহাটী

APSC কেলেংকাৰি আৰু অন্তহীন তদন্তৰ ভেকোভাওনা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হেঁচাত অৱশেষত APSC তদন্তৰ খতিয়ান আদালতত দাখিল কৰিবলৈ বাধ্য হ’ল SIT। তদন্তৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময় উকলি যোৱাৰ পিছতো...

কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ উদ্যোগত প্ৰকৃতি-বন্যপ্ৰাণী বিষয়ক মুকলি কুইজ প্ৰতিযোগিতা

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা স্বেচ্ছাসেৱী সংগঠন কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ উদ্যোগত আৰু গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ একতা সভাৰ সহযোগত ধৰিত্ৰী দিৱস উপলক্ষে আজি...

ৰাজ্যৰ ৫ সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আজিৰ পৰা আৰম্ভ গণতন্ত্ৰৰ বৃহৎ উৎসৱপুৱা ৭ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰাজ্যৰ ৫ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণভোটদান কেন্দ্ৰত পুৱাৰে পৰাই উখল-মাখল পৰিৱেশপ্ৰথম...

ডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল

৫ বছৰত বদৰুদ্দিন আজমলৰ বৃদ্ধি ২ গুণ সম্পত্তিডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল২০১৯ত ৭৮.৮০ কোটি টকাৰ সম্পত্তি আছিল আজমলৰ২০২৪ত ১৫১.৭১ কোটি টকাৰ...

মুকলি হ’ল ১৫ মে’ত গুৱাহাটীত হ’ব লগা খেলৰ টিকট

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান...

Popular