শুকুৰবাৰেও ডাঠ কুঁৱলীয়ে আৱৰি ৰাখিছে গুৱাহাটী চহৰ

শুকুৰবাৰেও ডাঠ কুঁৱলীয়ে আৱৰি ৰাখিছে গুৱাহাটী চহৰ। ডাঠ কুঁৱলীৰ বাবে বাতিল হৈছে কেইবাখনো বিমানৰ চলাচল। কুঁৱলীৰ বাবে বৰঝাৰ বিমান বন্দৰত বাতিল ৪খনকৈ বিমান। মুম্বাই-গুৱাহাটী, বাংগালোৰ-গুৱাহাটী, দিল্লী-গুৱাহাটী-জয়পুৰ অভিমুখী বিমান বাতিল। গুৱাহাটীৰ পৰা বহিঃৰাজ্যলৈ যাবলগীয়া বহু বিমান চলাচলত বিলম্ব। কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰত বিঘ্নিত হৈছে ফেৰী সেৱা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...