গুৱাহাটী

দ্য কাশ্মীৰ ফাইলচ চোৱা কৰ্মচাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্ধছুটী

দেশজুৰি চৰ্চিত এখন চিনেমা দ্য কাশ্মীৰ ফাইলচ। এই চিনেমাখন চাবলৈ বিচৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, অধ্যাপকক দিয়া হ'ব অৰ্ধছুটী। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী যোগে...

‘গৰীয়সী’ৰ নতুন সম্পাদকৰ দায়িত্বত সাহিত্যিক ৰীতা চৌধুৰী

জনপ্ৰিয় সাহিত্য আলোচনী ‘গৰীয়সী’ৰ নতুন সম্পাদকৰ দায়িত্ব ল’ব প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰীয়ে। সাহিত্য জগতৰ প্ৰতিষ্ঠিত লেখিকাগৰাকী নেচনেল বুক ট্ৰাষ্টৰো সঞ্চালিকা আছিল। মাকাম, দেওলাংখুই, এই...

বাঢ়িল পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ দাম! বৃদ্ধি পালে বিদ্যুতৰ মাচুলো

ক’ভিডকেন্দ্ৰিক পৰিস্থিতিয়ে অৰ্থনৈতিকভাৱে জুৰুলা কৰা অসমবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ ৰামটাঙোন চৰকাৰৰ। একেনিশাই ভিতৰতে সৰ্বসাধাৰণৰ বাজেটত লগালে আউল। অহা মাহত আপোনাৰ মাহেকীয়া বাজেটত আৰু অলপ...

২৪ মাৰ্চৰ পৰা বৰদলৈ ট্ৰফী, অসমৰ এইকেইখন ঠাইত হ’ব খেল…

২৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী। ১৬টা দলে অংশগ্ৰহণ কৰিব এইবাৰৰ বৰদলৈ ট্ৰফীত। গুৱাহাটী জজ খেলপথাৰত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। গুৱাহাটী টাউন ক্লাব...

আহাৰৰ এদিন নাট আৰু কেলিগোপাল অংকীয়া ভাওনাৰে জীপাল হ’ল শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

অসমীয়া নাটক আৰু ভাওনাক বিশুদ্ধ ৰূপত জগতসভালৈ লৈ যোৱাৰ প্ৰয়াসত বৰ্তী এদল তৰুণ তৰুণী। ইয়াৰ বাবেই "মুক্তি সাধকম্" নামেৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়...

Popular