গুৱাহাটীত ৰাজহ সংগ্ৰহৰ অভিলেখ

ৰাজহ সংগ্ৰহৰ সৰ্বকালৰ অভিলেখ ‍ভংগ। এদিনতে ৫.২৮ কোটি টকাৰ কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ। চলিত বিত্তীয়বৰ্ষৰ অন্তিম দিনটোত এই অভিলেখ সংখ্যক কৰ সংগ্ৰহ বিভাগটোৰ। সমগ্ৰ বিত্তীয়বৰ্ষটোতো কৰ সংগ্ৰহৰ অভিলেখ। বিগত বিত্তীয়বৰ্ষত ২২৫ কোটি টকা কৰ সংগ্ৰহ। জৰিমনা আকাৰে সৰ্বাধিক ২১.১৭ কোটি টকা সংগ্ৰহ বিভাগটোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...