গুৱাহাটী

তালিবানৰাজ ২.০ : ব্যয়বহুল হ’ব পাৰে হায়দৰাবাদী বিৰিয়ানি!

আফগানিস্তানত তালিবান শাসনৰ প্ৰত্যাৱৰ্তন হায়দৰাবাদৰ বিৰিয়ানী প্ৰেমীসকলৰ বাবে এক ব্যয়বহুল বিষয় হ'ব পাৰে। শুকান ফল আৰু বিভিন্ন ধৰণৰ মচলাৰে প্ৰস্তুত কৰা বিখ্যাত হায়দৰাবাদী বিৰিয়ানী...

উচ্চতৰ মাধ্যমিকত লাভ কৰা নম্বৰৰ ভিত্তিতেই কটনত হ’ব নামভৰ্তি

কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ নামভৰ্তি পৰীক্ষা বাতিলকটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীযোগে সদৰী কৰিছে এই কথাউচ্চতৰ মাধ্যমিক পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতেই কটনত হ’ব নামভৰ্তিঅনলাইন আবেদনৰ...

তালিবানক সমৰ্থন : জমিয়ত অসম, AIUDFৰ সা:সম্পাদকক গ্ৰেপ্তাৰ

তালিবানক সমৰ্থন কৰি দৰঙত গ্ৰেপ্তাৰ হ'ল মৌলানা ফজুল কৰিম। কাছিমিয়ে সামাজিক মাধ্যমযোগে তালিবানৰ সমৰ্থনত পোষ্ট কৰা পৰিলক্ষিত হৈছিল। জমিয়ত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ...

তালিবানক সমৰ্থন কৰি গ্ৰেপ্তাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ

সামাজিক মাধ্যমৰ জৰিয়তে তালিবানৰ পাশৱিক আৰু অমানৱীয় কাণ্ডৰ সমৰ্থনত পোষ্ট দি ৰঙা ঘৰলৈ এজন ছাত্ৰ। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ তৃতীয় বৰ্ষৰ ছাত্ৰ নাডিম আখটাৰক...

ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ ৯০০ কি:মি: চাইকেল যাত্ৰা

৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অমৃত মহোৎসৱৰ অংশ স্বৰূপে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ এটা দলে চাইকেলেৰে অতিক্ৰম কৰিছে দীৰ্ঘ দুৰত্ব। আই টি বিপিৰ জোৱানৰ...

Popular