অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে নেকি গুৱাহাটী বিশ্ববিদ্যালয়ে?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীন কাণ্ড। প্ৰশ্নকাতত ভাষাৰ শ্ৰাদ্ধ পাতিলে শিক্ষানুষ্ঠানখনে।

B.COMৰ এখন ষান্মাসিকৰ কাকতত এশ-একুৰি বানান ভুল। বৰ্ণাশুদ্ধি নোচোৱাকৈয়ে প্ৰস্তুত কৰিলে প্ৰশ্নকাতত।

ফাইনেন্সিয়েল একাউন্টিং কাকতখনত সংঘটিত হৈছে এই কাণ্ড। বুধবাৰে অনুষ্ঠিত হৈছিল সংশ্লিষ্ট কাকতখনৰ পৰীক্ষা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ ফ্লাইডুবাই বিমান আক্ৰমণ; ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা ডুবাইৰ ক্ৰাউন প্ৰিন্সৰ

ফ্লাইডুবাইৰ বিমানত সহ-পাইলটৰ আক্ৰমণৰ পিছতো অসীম সাহস আৰু দায়িত্ববোধেৰে...

ঘিলামৰাৰ মেৰবিলত শোকাৱহ নাও দুৰ্ঘটনা;তিনিজনৰ মৃত্যু

ঢকুৱাখনাৰ ঘিলামৰাত সংঘটিত হৈছে এক শোকাৱহ নাও দুৰ্ঘটনা। মেৰবিলত...

এছিয়ান গেমছত সফল সামৰণি ভাৰতৰ; ২১টা স্বৰ্ণসহ মুঠ ৮৫ পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

জাপানত অনুষ্ঠিত এছিয়ান গেমছত সফলতাৰে অভিযান সামৰিলে ভাৰতে। প্ৰতিযোগিতাৰ...