গুৱাহাটী

কাইলৈ অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

কাইলৈ পৰা ২ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা। এই ভ্ৰমণকালত জনজাতীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনজাতীয় লোকসকলৰ সৱলীকৰণৰ বাবে প্ৰস্তুত...

অসমত ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদান : ৰাজ্যবাসী, স্বাস্থ্যকৰ্মীক ধন্যবাদ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ক'ভিড প্ৰতিষেধকৰে ৰাজ্যবাসীক ক'ভিড সুৰক্ষা কবচ প্ৰদানৰ দিশত ৰাজ্য চৰকাৰে অব্যাহত ৰখা অভিযানে আজি এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয়। ৰাজ্যবাসীৰ মাজত ২...

পিযুষ হাজৰিকাক অসম টেবুল টেনিছ সংস্থাৰ সভাপতিৰ দ্বায়িত্ব

আজি অসম টেবুল টেনিছ সংস্থাই জলসম্পদ, তথ্য-জনসম্পৰ্ক আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাক অসম টেবুল টেনিছ এছ'চিয়েশ্যনৰ (ATTA) সভাপতি হিচাপে নিৰ্বাচিত কৰে। উল্লেখ্যে যে,...

মাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক

শিক্ষাৰ্থীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহমাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীকন্যায়ালয়ৰ নিৰ্দেশত অসন্তুষ্ট একাংশ ব্যক্তিগতখণ্ডৰ শিক্ষকমাচুল নিদিলে কেনেকৈ ঘৰ চলিব ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক...

৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন; সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পথত সৰ্বানন্দ সোণোৱাল

৪ অক্টোবৰত অসমত ৰাজ্যসভাৰ উপ-নিৰ্বাচন এখন আসনৰ বাবে অসমত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচনবিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছতে খালী হৈছিল আসনখন২০২৬ চনৰ ৯ এপ্ৰিললৈ কাৰ্যকাল আছিল বিশ্বজিৎ দৈমাৰীৰচলিত...

Popular