গুৱাহাটী

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল!

নতুন বছৰত বৃদ্ধি পাব বিজুলীৰ মাচুলAPDCLৰ ঘাটিৰ জোৰা-টাপলি মাৰিবলৈ এই প্ৰস্তাৱনিৰিখ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগক আবেদন APDCLৰজীৱন ধাৰাৰ আঁচনিৰ অধীনত গ্ৰাহকৰ পৰা গধুৰ...

মডাৰ্ণ স্কুলৰ আত্মহত্যাৰ চেষ্টা কৰা ছাত্ৰীৰ মৃত্যু

মৃত্যুক সাবটিলে মহানগৰীৰ মডাৰ্ণ স্কুলত আত্মহত্যাৰ চেষ্টা চলাই চিকিত্সাধীন হৈ থকা ছাত্ৰীগৰাকীয়ে। আজি পুৱা ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিত্সালয় কৰ্তৃপক্ষই। শুকুৰবাৰে স্কুলৰ তৃতীয় মহলাৰ...

APSC SCAM : হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হ’ব প্ৰাৰ্থীৰ

হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হ’ব APSCৰ প্ৰাৰ্থীৰ। আদালতত তদন্তকাৰী বিষয়াই জনালে আবেদন। নতুনকৈ তদন্তৰ বাবে আবেদন জনালে আদালতত। হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হ’ব প্ৰাৰ্থীসকলৰ।...

প্ৰশিক্ষণৰ চলেৰে ছাত্ৰীক নিৰ্যাতন! ৰয়েল গ্লবেল ইউনিভাৰ্চিটীত উত্তেজনা

ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটীত নিশা উত্তপ্ত পৰিস্থিতি। এজন বেডমিণ্টন প্ৰশিক্ষকৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক নিৰ্যাতনৰ অভিযোগক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। শিক্ষানুষ্ঠানখনত চলি থকা বেডিমিণ্টনৰ প্ৰশিক্ষণ...

অসম জাতীয় বিদ্যালয়ে কৰ ফাঁকি দিয়া নাই, স্পষ্টীকৰণ পৰিচালনা সমিতিৰ সচিবৰ

গুৱাহাটীৰ ২৫০খন শিক্ষানুষ্ঠানে গুৱাহাটী পৌৰ নিগমক বহু বছৰ ধৰি কৰ ফাঁকি দি আহিছে। বাৰম্বাৰ জনোৱাৰ পিছতো বহু শিক্ষানুষ্ঠানে কেৰেপ কৰা নাই প্ৰশাসনৰ আহ্বান। আন...

Popular