গুৱাহাটী

২৪ মাৰ্চৰ পৰা বৰদলৈ ট্ৰফী, অসমৰ এইকেইখন ঠাইত হ’ব খেল…

২৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী। ১৬টা দলে অংশগ্ৰহণ কৰিব এইবাৰৰ বৰদলৈ ট্ৰফীত। গুৱাহাটী জজ খেলপথাৰত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। গুৱাহাটী টাউন ক্লাব...

আহাৰৰ এদিন নাট আৰু কেলিগোপাল অংকীয়া ভাওনাৰে জীপাল হ’ল শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

অসমীয়া নাটক আৰু ভাওনাক বিশুদ্ধ ৰূপত জগতসভালৈ লৈ যোৱাৰ প্ৰয়াসত বৰ্তী এদল তৰুণ তৰুণী। ইয়াৰ বাবেই "মুক্তি সাধকম্" নামেৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়...

মহানগৰীৰ চ’নীয়া এনক্লেভত কেনেকৈ মৃত্যু ঘটিল আজাৰীয়াৰ?

মহানগৰীৰ চ'নীয়া এনক্লেভত নিশা মৃতদেহ উদ্ধাৰ। ৫নং মহলাৰ চিৰিত পৰি আছিল মৃতদেহটো। আৱাসীসকলে এম্বুলেঞ্চেৰে লৈ যায় মৃতদেহটো। মৃত যুৱকজনৰ নাম আজাৰীয়া। ভগ্নীৰ সৈতে আছিল...

এইবাৰ অসমত টেবুল টেনিছ প্ৰিমিয়াৰ লীগ, মন্ত্ৰী পীযূষ হাজৰিকাৰ উদ্যোগ

এইবাৰ অসমত টেবুল টেনিছ প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হব। অহা ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত...

গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰত মৃত্যু

গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰত মৃত্যুমঙলবাৰে কামৰূপৰ দামপুৰৰ পাহাৰত আত্মসমৰ্পণ কৰিছিল বিকিয়েবিকিক গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছিল গুৱাহাটীলৈনিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ...

Popular