গুৱাহাটী

নিপন গোস্বামীয়ে অভিনয় কৰা ছবি সমূহ…

অসমীয়া ভাষাৰ চলচ্চিত্ৰ সংগ্ৰাম (১৯৬৫)ডক্তৰ বেজবৰুৱাশেষ বিচাৰআজলী নবৌককাদেউতা নাতি আৰু হাতীনয়নমনিদূৰণিৰ ৰং ঘৰ সংসাৰজীৱন সুৰভিপ্ৰতিমাপূজামৰিচিকামইনাজানমানৱ আৰু দানৱশকুন্তলা আৰু শংকৰ জোচেফ আলিপ্ৰতিদান ছিৰাজহিয়া দিয়া নিয়াককাদেউতাৰ ঘৰজোঁৱাইকাদম্বৰীমিঠা মিঠা লগনতপলে পলে...

মহিলাৰূপী এই যুৱকে মন মুহিলে সকলোৰে

সাইলাখ নাৰী, চালে চকু থৰ হৈ ৰ'ব আপোনাৰযোৰহাটৰ চাৰিগাঁও কাঠনিয়াৰকুৰিৰ ভাওনাত মহিলাৰূপী এই যুৱকে মন মুহিলে সকলোৰে https://youtu.be/bBM6VM1QXzM

দীপাৱলী সেমেকালে সামুদ্ৰিক ঘূৰ্ণি ছিট্রাঙে, অসমত কেতিয়ালৈকে হ’‍ব বৰষুণ?

ছিট্ৰাঙে চুই গ’ল অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন অঞ্চলত। ঘন্টাত ৪০ৰপৰা ৫০ কিলোমিটাৰ বেগত খুন্দা সামুদ্ৰিক ঘূৰ্ণি ছিট্ৰাঙৰ। ছিট্ৰাঙৰ প্ৰভাৱত...

দীপাৱলীত বিধি-পথালি দিবলৈ সাজু বৰুণ দেৱতা

পোহৰৰ উৎসৱ দীপাৱলীলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। ৰং, বিৰঙী আলোক সজ্জা, মাটিৰ চাকি, ফটকা–আটচবাজী ক্ৰয় কৰিবলৈ বজাৰত ভীৰ গ্ৰাহকৰ। দুটা বছৰৰ ক’ভিড পৰিস্থিতিৰ...

আইৰ মুখৰ মাতষাৰকে হৰিবলৈ লৈছে নেকি অসম চৰকাৰে?

এটা জাত্যাভিমান থকা জাতি হিচাপে, এটা সুন্দৰ, ব্যাপক আৰু বৰ্ণিল ভাষাৰ অধিকাৰী জাতি হিচাপে আমি অসমীয়াই যেন পাহৰি গৈছোঁ নিজৰ ভাষাক প্ৰয়োজনীয় সন্মানখিনি যাচিবলৈ।...

Popular