গুৱাহাটী

আজিৰে পৰা ভক্তৰ বাবে বন্ধ কামাখ্যা মন্দিৰৰ বিশেষ প্ৰৱেশদ্বাৰ

আজিৰে পৰা বন্ধ কৰা হ'ল কামাখ্যা মন্দিৰৰ বিশেষ প্ৰৱেশদ্বাৰৰ ব্যৱস্থা। দুৰ্গা পূজাৰ বাবে বন্ধ কৰা হৈছে এই ব্যৱস্থা। পাছ লৈ কামাখ্যা মাৰ দৰ্শন কৰিব...

বর্ষাপাৰা T20লৈ মাজত আৰু ৬ দিন

৩১ হাজাৰ টিকট বিক্ৰী কৰি বর্ষাপাৰা টি 20ৰ বাবে সাজু হৈছে অসম ক্ৰিকেট সন্থা। খেল উপভোগ কৰিবলৈ সাজু ক্ৰিকেট অনুৰাগী। টিকট লাভ কৰি কোনো...

মিটাৰ ৰিডিং অনুসৰি দিব লাগিব পানীৰ মাচুল

কৰৰ ওপৰত কৰ, ক’তে মৰ মৰ!ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীয়েও দিব লাগিব কৰভাৰত চৰকাৰৰ ভূ-জল প্ৰাধিকৰণৰ কঠোৰ নিৰ্দেশনাকোনে কোনে দিব লাগিব এই কৰ? https://www.youtube.com/watch?v=6PmfvKyEsTI

নগৰাঞ্চলৰ বাবে ভূ-জল প্ৰাধিকৰণে জাৰি কৰিছে বিশেষ জাননী

এতিয়াৰে পৰা ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰিলেও দিব লাগিব কৰ। ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনাৰ পিছতে হাহাকাৰ লাগিছে ৰাইজৰ। চৰকাৰৰ সিদ্ধান্তক লৈ তীব্ৰ ক্ষোভ 'এৰিডা'ৰ। https://www.youtube.com/watch?v=tFiiC3zJcM0

মহানগৰীৰ এখন দুৰ্গা পূজাৰ ওপৰত আৰোপ কৰা হৈছে আজব চৰ্ত

এইবাৰ পূজা কমিটিক চৰ্ত আৰোপ কৰিলে বিধায়কে সিদ্ধাৰ্থ ভট্টাচাৰ্যক উভতি ধৰিলে বলেন্দ্ৰ ভৰালীয়ে ‘ক্ষমতাই মূৰত ধৰিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যক’ https://www.youtube.com/watch?v=Idz4M-S6dB8

Popular