গুৱাহাটী

গুৱাহাটী : পথৰ শোচনীয় অৱস্থা, উন্মুক্ত গাঁতৰ বিষয়ে দিব পাৰিব অভিযোগ

গুৱাহাটীৰ বাট-পথৰ দুৰৱস্থাক লৈ তৎপৰ প্ৰশাসনপথৰ শোচনীয় অৱস্থা, উন্মুক্ত গাঁতৰ বিষয়ে দিব পাৰিব অভিযোগগুৱাহাটীৰ নাগৰিকে অভিযোগ দিবৰ বাবে মুকলি হেল্পলাইন নম্বৰনিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন নম্বৰ...

ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘শ্ৰীৰঘুপতি’ক লৈ পুনৰ গোচৰ

ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘শ্ৰীৰঘুপতি’ক লৈ পুনৰ গোচৰ এইবাৰ আৰক্ষীৰ কাষ চাপিল ছবিৰ প্ৰযোজক শৈলেন শৰ্মা ছবিৰ দৃশ্যৰ বেআইনী ভিডিঅ’গ্ৰাফীৰ বাবে আৰক্ষীক গোচৰ একাংশই চিনেমা হলত ছবিৰ...

ধৰ্ষণ হোৱা নাছিল জোনালী নাথৰ : আৰক্ষী অধীক্ষক

সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ কথা পাহৰি যাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত সুৰক্ষিত নহয় খোদ বিজেপিৰ মহিলা নেত্ৰী। দেওবাৰে নিশা গোৱালপাৰাৰ কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয়...

এদিনত ৬৫+ লাখ টকা সংগ্ৰহ ‘শ্ৰীৰঘুপতি’ৰ

অসমীয়া চিনেমাৰ ইতিহাসত অভিলেখ'শ্ৰীৰঘুপতি'য়ে গঢ়িলে অভিলেখএদিনত ৬৫+ লাখ টকা সংগ্ৰহ 'শ্ৰীৰঘুপতি'ৰছবিখনৰ শনিবাৰৰ সংগ্ৰহ ৬৫+ লাখ টকা

পোনপ্ৰথমবাৰৰ বাবে NKTVয়ে পোহৰলৈ আনিছিল সেই খবৰ

NKTVৰ বাতৰিৰ প্ৰভাৱ।গোৱালপাৰাত ৰক্ষা পৰিল হাজাৰ হাজাৰ শাল গছ।ৰক্ষা পৰিল দহিকটা সংৰক্ষিত বনাঞ্চলৰ হস্তীদণ্ডী।মৰনৈৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ ভূমিত বন্ধ হ’ল বন ধ্বংস।বন বিভাগে ঔদ্যোগিক...

Popular