ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘শ্ৰীৰঘুপতি’ক লৈ পুনৰ গোচৰ

0 3,347

ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘শ্ৰীৰঘুপতি’ক লৈ পুনৰ গোচৰ

এইবাৰ আৰক্ষীৰ কাষ চাপিল ছবিৰ প্ৰযোজক শৈলেন শৰ্মা

ছবিৰ দৃশ্যৰ বেআইনী ভিডিঅ’গ্ৰাফীৰ বাবে আৰক্ষীক গোচৰ

একাংশই চিনেমা হলত ছবিৰ দৃশ্যাংশ ম’বাইলত ৰেক’ৰ্ড কৰিছিল

তাৰ পিছত সেই দৃশ্যাংশ ভাইৰেল কৰা হৈছিল সামাজিক মাধ্যমত

কলাইগাঁৱৰ নৱজিত চহৰীয়া নামৰ এজন যুৱকৰ বিৰুদ্ধে গোচৰ

ইউটিউব চেনেলত ১ ঘন্টা ২৩ মিনিটৰ ভিডিঅ’ আপলোড কৰিছিল নৱজিতে

আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ পত্ৰ লিখি ব্যৱস্থা গ্ৰহণৰ আহ্বান

NKTVক এই কথা জনালে ‘শ্ৰীৰঘুপতি’ৰ নায়ক ৰবি শৰ্মাই

Leave A Reply

Your email address will not be published.