গুৱাহাটী : পথৰ শোচনীয় অৱস্থা, উন্মুক্ত গাঁতৰ বিষয়ে দিব পাৰিব অভিযোগ

গুৱাহাটীৰ বাট-পথৰ দুৰৱস্থাক লৈ তৎপৰ প্ৰশাসন
পথৰ শোচনীয় অৱস্থা, উন্মুক্ত গাঁতৰ বিষয়ে দিব পাৰিব অভিযোগ
গুৱাহাটীৰ নাগৰিকে অভিযোগ দিবৰ বাবে মুকলি হেল্পলাইন নম্বৰ
নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন নম্বৰ 1077ত দিব পাৰিব অভিযোগ
9365429314 নম্বৰত হোৱাটছএপযোগেও দিব পাৰিব অভিযোগ
কামৰূপ (মঃ) জিলা প্ৰশাসনে মুকলি কৰিলে এই হেল্পলাইন নম্বৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...