আগন্তুক ১০ দিনৰ ভিতৰত ডিমা হাছাওত প্ৰবল বৰষুণৰ আগজাননী

আগন্তুক ১০ দিনৰ ভিতৰত ডিমা হাছাওত প্ৰবল বৰষুণৰ আগজাননী।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ এই সতৰ্কবাণী।
ডিমা হাছাওৰ বাসিন্দাসকলক বিপজ্জনক ঠাইসমূহলৈ নাযাবলৈ আহ্বান।
জিলাখনৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি।
হেল্পলাইন: 03673-236324, 03673-1077, 9435330412।
বিপৰ্যয়ৰ সৈতে মোকাবিলাৰ বাবে কৰ্মচাৰীসকলক প্ৰশাসনৰ প্ৰশিক্ষণ।
জিলা প্ৰশাসনে মজুত কৰিছে খাদ্য, ছেটেলাইট ফোন।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে ডিমা হাছাওলৈ ৰাওনা NDRFৰ দল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...