গুৱাহাটী

সমাজসেৱী সংগঠন ‘সদিচ্ছা’লৈ লিঅ’ এক্সপ’ ২০২৩ সমাজসেৱা বঁটা

লিঅ’ এক্সপ’ত ৬ ৰাষ্ট্ৰৰ বিপণিত বিপুল সমাগম ক্ৰেতাৰ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত মহা পয়োভৰেৰে অনুষ্ঠিত হৈ আছে ২৩ সংখ্যক লিঅ’ এক্সপ’। এই এক্সপ’ৰ লগত...

গুৱাহাটীত ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা ‘তৃতীয় নিৱাস’ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা সুবিধাসমূহৰ বুজ লৈ বিভাগক 'তৃতীয় নিৱাস'ৰ নামত আবণ্টিত পুঁজি শীঘ্ৰে মুকলি কৰি দিবলৈ নিৰ্দেশ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী...

ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশন, কি কি ল’লে সিদ্ধান্ত?

সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশনখন গুৱাহাটীৰ খানাপাৰাস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰশিক্ষণ কেন্দ্ৰত সোমবাৰে অনুষ্ঠিত হয়। অৰ্ধশতাধিক সদস্য উপস্থিত থকা অধিৱেশনখনিত সন্থাৰ...

অসমৰ DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্রপতিৰ বিশেষ পদক

গণৰাজ্য দিৱসত দেশৰ আৰক্ষীলৈ সন্মানদেশৰ ৯০১ আৰক্ষীলৈ বিশেষ সন্মানসাহসিকতাৰ পদক ১৪০জন আৰক্ষীলৈ৯৩জন আৰক্ষীলৈ ৰাষ্ট্রপতিৰ পদক৬৬৮জন আৰক্ষীলৈ বিশেষ যোগ্যতাৰ পদকঅসমৰ DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্রপতিৰ বিশেষ...

NPS প্ৰত্যাহাৰৰ দাবীত ১ ফ্ৰেব্ৰুৱাৰীত ক’লা দিৱস পালন কৰিব কৰ্মচাৰীসকলে

“বৰ্তমানৰ চৰকাৰখন এক জনহিতৈষী, সংস্কাৰমুখী আৰু উন্নয়নকামী বুলি কলেও চৰকাৰী কৰ্মচাৰী সমাজৰ ক্ষেত্ৰত সেয়া প্ৰমানিত হোৱা নাই। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজ আজি শংকিত নিজৰ...

Popular