পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী। প্ৰেমিকে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ গুৱাহাটীৰ যুৱতীক। ডেৰাডুনত অধ্যয়ন কৰি থকা যুৱতীগৰাকীক কৰা হ’ল হত্যা। হত্যা কৰি সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ। প্ৰেমিক ৰোহিত ডুবেইৰ সৈতে ডেৰাডুনৰ পৰা দিল্লীলৈ জন্মদিনৰ পাৰ্টি খাবলৈ গৈছিল গুৱাহাটীৰ ডেইজী নামৰ যুৱতীগৰাকী। পিছে সিই নিশা ডেইজীৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে। পৰিয়ালৰ মতে ডেইজীৰ মূৰত স্পষ্ট হৈ আছিল আঘাতৰ চিন। প্ৰেমিকে পৰিকল্পিতভাৱে ডেইজীক হত্যা কৰাৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ। খেৰকি ডাউলা ছেক্টৰ ৮৩গুৰুগ্ৰাম থানাত এজাহাৰ দাখিল পৰিয়ালৰ। হত্যাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে ডেইজীৰ পৰিয়ালৰ লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড়ৰ ডনবস্কো’ স্কুলত ১২ ছাত্ৰৰ আঘাতৰ ঘটনা, আৰম্ভ তদন্ত

ডিব্ৰুগড়ৰ ডনবস্কো' এইচ এছ স্কুলত সংঘটিত এক উদ্বেগজনক ঘটনাক...

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...