দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে সাজু মহানগৰ প্ৰশাসন

কাইলৈ বিজয়া দশমী। নৈত বিলীন হৈ যাব মা দুৰ্গাৰ মৃন্ময় প্ৰতিমা। ইতিমধ্যে সাজু হৈ উঠিছে নিৰ্দিষ্ট বিসৰ্জনস্থলীসমূহ। সাজু গুৱাহাটী মহানগৰ প্ৰশাসন। নিৰ্দিষ্ট নিয়মাৱলীৰ মাজেৰে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঘাটসমূহত বিসৰ্জন দিব পাৰিব দেৱী প্ৰতিমা। অৱশ্যে এইবাৰ দশমীত কোনো আয়োজকে ব্যৱহাৰ কৰিব নোৱাৰি কোনো উচ্চস্তৰৰ সংগীত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাত নগাঁও চেম্পিয়ন

নগাঁও ছোৱালী দলে গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক...

২০২৫ৰ IPL ধোনীৰ বাবে অন্তিমখন IPL হ’ব নেকি?

চেন্নাই ছুপাৰ কিংছ (CSK)ৰ কিংবদন্তি খেলুৱৈ এম এছ ধোনীয়ে...

কেনেকৈ মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ?

কেনেকৈ মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ? সুশান্ত সিং ৰাজপুতৰ...

জোনাইৰ দুই কণমানিৰ মৃত্যু কেনেকৈ?

জোনাইৰ দুই কণমানিৰ মৃত্যু কেনেকৈ? ৭ বছৰীয়া হীৰা পেগু...