নাম : গুৰুকুল গ্ৰামাৰ স্কুল; পিছে গুৰু-গোসাঁই নামানে একাংশ ছাত্ৰই

গুৱাহাটীৰ গীতা মন্দিৰৰ সমীপত আছে গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। তথাকথিত অভিজাত এই বিদ্যালয়খনত ঘটিল ৰেগিঙৰ ঘটনা। ৰেগিঙৰ বলি হোৱা ছাত্ৰজনৰ পিতৃয়ে বাধা দিবলৈ যাওঁতে তেওঁকো প্ৰহাৰ কৰে এদল উদণ্ড ছাত্ৰই। এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পিছে ঘটনাটো সন্দৰ্ভত ৰহস্যজনক ভূমিকা স্কুল কৰ্তৃপক্ষৰ।

নাম– গুৰুকুল গ্ৰামাৰ স্কুল

পিছে গুৰু-গোসাঁই নামানে একাংশ ছাত্ৰই

জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ বলি কনিষ্ঠ ছাত্ৰ

একাংশ কৰ্মচাৰীও গুৰু-গোসাঁই নমনা বিধৰ

একাদশ শ্ৰেণীৰ ছাত্ৰক দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ ৰেগিং

ঘটনাটো দেখিছিল ৰেগিঙৰ বলি হোৱা ছাত্ৰজনৰ পিতৃয়ে

ভুক্তভোগী ছাত্ৰজনৰ পিতৃয়ে বাধা দিছিল ৰেগিঙত

ৰহস্যজনক ভূমিকা বিদ্যালয় কৰ্তৃপক্ষৰ

নিমাত অধ্যক্ষ ড০ বসন্ত কুমাৰ ভূঞা

‘কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এই ঘটনা ঘটিল’

‘ছাত্ৰ-ছাত্ৰীৰ অনুশাসনৰ ওপৰত গুৰুত্ব নাই কৰ্তৃপক্ষৰ’

ৰেগিং, অভিভাৱকক প্ৰহাৰৰ ঘটনাত চিন্তিত সমূহ অভিভাৱক

বুধবাৰে বিদ্যালয়ত অনুষ্ঠিত হ’ল অভিভাৱক সভা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...