প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ গুৱাহাটীত পথ নিৰ্দেশনা

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত পথ নিৰ্দেশনা আজি দিনৰ ২ বজাৰ পৰা NH 27, NH 17ত বাণিজ্যিক বাহন চলাচলত বাধা। ৪ ফেব্ৰুৱাৰী পুৱা ৪ বজাৰ পৰা বিয়লি ৬ বজালৈ এই নিষেধাজ্ঞা। আজি দিনৰ ২ বজাৰ পৰা GS ৰোড, পাঞ্জাবাৰী ৰোডত বাণিজ্যিক বাহন চলাচলত বাধা। বি বৰুৱা ৰোড, জিএনবি ৰোড, এম জি ৰোড, ডিজি ৰোডতো নিষেধাজ্ঞা। ৪ ফেব্ৰুৱাৰী পুৱা ৫ বজাৰ পৰা বিয়লি ৬ বজালৈ বাণিজ্যিক বাহন চলাচলত বাধা। GS ৰোড, ছয়মাইল-নাৰেংগী পথ, ত্ৰিপুৰা গলিত বাণিজ্যিক বাহন চলাচলত বাধা। বেলতলা বজাৰ পথ, বেলতলা-বশিষ্ঠ পথতো বাণিজ্যিক বাহন চলাচলত বাধা। অব্যাহত থাকিব ASTC আৰু চিটী বাছৰ চলাচল। এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ চলাচলত নাথাকে কোনো বাধা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...