শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব নতুন নিযুক্তি!

নিবনুৱাৰ বাবে সুখবৰ। শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব নতুন নিযুক্তি। ২০২৬ৰ ভিতৰত ডেৰ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ পদক্ষেপ চৰকাৰৰ। নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ বাবে নিযুক্তি। মুকলি হ’ব ৪,৫০০ পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ আবেদনৰ সময়সীমা নিৰ্ধাৰণ। dee.assam.gov.in বেৱছাইট যোগে মুকলি কৰা হ’ব আবেদন। X হেণ্ডেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...