ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে ভাল খবৰ

মাক্ৰ’ফাইনেন্সৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা। মাইক্ৰ’ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে ভাল খবৰ। এপ্ৰিলৰ ভিতৰত আবেদন কৰিব পাৰিব ১৪ লাখ মহিলাই। এক এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া। চৰ্ত সাপেক্ষে আবেদন কৰিব পাৰিব মহিলাসকলে। আনহাতে ফেব্ৰুৱাৰীৰ ভিতৰত মুকলি হ’ব ৪০-৫০ হাজাৰ চাকৰি। চৰকাৰে শীঘ্ৰে মুকলি কৰিব বিজ্ঞাপন। শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত কৰি সম্পন্ন কৰিব নিযুক্তি প্ৰক্ৰিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...