গুৱাহাটীত গল্ফৰ মহাৰণ, কোনে মাৰিলে শেষ হাঁহি?

গুৱাহাটীত গল্ফ প্ৰতিযোগিতা। ৰাজধানী চহৰখনত গল্ফৰ মহাৰণ। মহানগৰীৰ সাতগাঁওস্থিত নাৰেংগী সেনা চাউনিৰ REPTA গ্ৰাউণ্ডত দেওবাৰে CIVIES CUP-22 শীৰ্ষক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

অসম গল্ফ সন্থাৰ উদ্যোগত এই প্ৰতিযোগিতাখন এদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখন উত্তৰ-পূব ভাৰতৰ গল্ফ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত কৰা হয়।

প্ৰতিযোগিতাখনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ১৫০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত মুঠ ১৮টা পইণ্ট আছে। এই ১৮ টা পইণ্ট খেলাৰ অন্তত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ লগতে কেইবাটাও পুৰস্কাৰ প্ৰদান কৰিব আয়োজকে।

দেওবাৰে পুৱাৰে পৰা অনুষ্ঠিত প্ৰতিযোগিতাত কেইবাগৰাকী আগশাৰীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...