উত্তৰ-পূবৰ সৰ্বোৎকৃষ্ট জিলাৰ ৰাষ্ট্ৰীয় বঁটা গোৱালপাৰালৈ

  • জল সংৰক্ষণৰ বাবে গোৱালপাৰালৈ ৰাষ্ট্ৰীয় বঁটা
  • উত্তৰ-পূবৰ সৰ্বোৎকৃষ্ট জিলাৰ ৰাষ্ট্ৰীয় বঁটা গোৱালপাৰালৈ
  • জল সংৰক্ষণৰ ক্ষেত্ৰত উঃপূবৰ ২য় শ্ৰেষ্ঠ জিলা অৰুণাচলৰ চিয়াং
  • জল সংৰক্ষণৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ বঁটা উত্তৰ প্ৰদেশলৈ
  • কেন্দ্ৰীয় জলসম্পদ মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱতে দিল্লীত ঘোষণা কৰে ৰাষ্ট্ৰীয় জল বঁটাসমূহ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...